Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
71 : 25

وَمَنْ تَابَ وَعَمِلَ صَالِحًا فَاِنَّهٗ یَتُوْبُ اِلَی اللّٰهِ مَتَابًا ۟

এতেকে যিয়ে আল্লাহৰ ওচৰত তাওবা কৰিব আৰু সেই তাওবাৰ সত্যতাৰ পৰিচায়ক হিচাপে সৎকৰ্ম কৰিব আৰু গুনাহৰ পৰা বিৰত থাকিব তেন্তে নিশ্চিতৰূপে তাৰ তাওবা গ্ৰহণযোগ্য হ’ব। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• من صفات عباد الرحمن: البعد عن الشرك، وتجنُّب قتل الأنفس بغير حق، والبعد عن الزنى، والبعد عن الباطل، والاعتبار بآيات الله، والدعاء.
শ্বিৰ্কৰ পৰা বিৰত থকা, নিৰপৰাধ ব্যক্তিক হত্যাৰ পৰা বিৰত থকা, ব্যভিচাৰৰ পৰা দূৰৈত থকা, অসত্যৰ পৰা দূৰৈত থকা, আল্লাহৰ নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰা, দুআ কৰা ইত্যাদি হৈছে ৰহমানৰ প্ৰিয় বান্দাসকলৰ অন্যতম বৈশিষ্ট্য। info

• التوبة النصوح تقتضي ترك المعصية وفعل الطاعة.
সত্য তাওবাৰ দাবী হৈছে গুনাহ পৰিত্যাগ কৰা, লগতে সৎকৰ্ম কৰা। info

• الصبر سبب في دخول الفردوس الأعلى من الجنة.
ধৈৰ্য্য ধাৰণ কৰাটো হৈছে জান্নাতুল ফিৰদাউচত প্ৰৱেশ কৰাৰ উপায়। info

• غنى الله عن إيمان الكفار.
কাফিৰসকলৰ ঈমানৰ পৰা আল্লাহ অমুখাপেক্ষী। info