Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
9 : 23

وَالَّذِیْنَ هُمْ عَلٰی صَلَوٰتِهِمْ یُحَافِظُوْنَ ۟ۘ

তেওঁলোকে চালাতৰ আৰকান, ওৱাজিবাত আৰু মুস্তাহাবসমূহ ৰক্ষা কৰি সদায় যথাসময়ত নিয়মিতভাৱে চালাত আদায় কৰে। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত। info

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম। info

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে। info