Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
29 : 14

جَهَنَّمَ ۚ— یَصْلَوْنَهَا ؕ— وَبِئْسَ الْقَرَارُ ۟

বিনাশৰ ঘৰৰ দ্বাৰা জাহান্নামক বুজোৱা হৈছে, যত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ আৱাসস্থল হব অতি নিকৃষ্ট আৱাসস্থল। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• تشبيه كلمة الكفر بشجرة الحَنْظل الزاحفة، فهي لا ترتفع، ولا تنتج طيبًا، ولا تدوم.
কুফুৰী কথাক মাটিত বগাই যোৱা তিতা তৰমুজ গছৰ লগত তুলনা কৰা হৈছে, যি গছ ওখ নহয় আৰু ভাল ফলো প্ৰদান নকৰে, আনকি বেছি দিন জীয়াইয়ো নাথাকে। info

• الرابط بين الأمر بالصلاة والزكاة مع ذكر الآخرة هو الإشعار بأنهما مما تكون به النجاة يومئذ.
আখিৰাত স্মৰণৰ লগতে ছালাত আৰু যাকাতৰ নিৰ্দেশো দিয়া হৈছে। ইয়াৰ দ্বাৰা বুজা যায় যে, এই দুয়োটা সেইদিনা মুক্তিৰ কাৰণ হ'ব। info

• تعداد بعض النعم العظيمة إشارة لعظم كفر بعض بني آدم وجحدهم نعمه سبحانه وتعالى .
কিছুমান ডাঙৰ ডাঙৰ নিয়ামতৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা ইংগিত কৰা হৈছে আদম সন্তানে এইবোৰ অস্বীকাৰ কৰি কিমান ডাঙৰ কুুফুৰী কৰিছে। info