Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
12 : 12

اَرْسِلْهُ مَعَنَا غَدًا یَّرْتَعْ وَیَلْعَبْ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟

এতেকে অহাকালি তাক আমাৰ লগত যাবলৈ অনুমতি দিয়ক, আমি একেলগে খোৱা-বোৱা কৰিম আৰু প্ৰকৃতি উপভোগ কৰিম। আৰু নিশ্চয় আমি তাক সকলো সংকটৰ পৰা ৰক্ষা কৰিম। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• ثبوت الرؤيا شرعًا، وجواز تعبيرها.
চৰীয়তি দৃষ্টি সপোনৰ বাস্তৱিকতা, আৰু ইয়াৰ অৰ্থ বৰ্ণনা কৰাৰ বৈধতা। info

• مشروعية كتمان بعض الحقائق إن ترتب على إظهارها شيءٌ من الأذى.
কিছুমান সত্যতা গোপন কৰাৰ বৈধতা, যদি সেই সত্যতা প্ৰকাশ কৰিলে কোনো অপ্ৰিয় ঘটনা হোৱাৰ আশংকা হয়। info

• بيان فضل ذرية آل إبراهيم واصطفائهم على الناس بالنبوة.
ইব্ৰাহীম আলাইহিছ ছালামৰ সন্তানৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, লোকসকলৰ মাজৰ পৰা তেওঁলোকক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰা হৈছে। info

• الميل إلى أحد الأبناء بالحب يورث العداوة والحسد بين الإِخوة.
নিৰ্দিষ্ট কোনো এজন সন্তানক বেছি মৰম কৰিলে, ই ভাতৃসকলৰ মাজত হিংসা, বিদ্বেষ আৰু শত্ৰুতাৰ কাৰণ হয়। info