Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão

external-link copy
17 : 89

كَلَّا بَلْ لَّا تُكْرِمُوْنَ الْیَتِیْمَ ۟ۙ

কেতিয়াও নহয়। ঘটনা তেনে নহয় যিদৰে এওঁলোকে ভাবিছে যে, অনুগ্ৰহ বান্দাৰ প্ৰতি আল্লাহ তাআলাৰ সন্তুষ্ট হোৱাৰ প্ৰমাণ। সচাঁ কথাটো হৈছে, তোমালোকে এতিম সকলক সেই সম্পদৰ পৰা সহায় নকৰা যি সম্পদ আল্লাহ তাআলাই তোমালোকক প্ৰদান কৰিছে। info
التفاسير:
Das notas do versículo nesta página:
• فضل عشر ذي الحجة على أيام السنة.
গোটেই বছৰৰ মাজত জিল হজ্জ মাহৰ (প্ৰথম)দহ দিনৰ মৰ্যদা। info

• ثبوت المجيء لله تعالى يوم القيامة وفق ما يليق به؛ من غير تشبيه ولا تمثيل ولا تعطيل.
ক্বিয়ামতৰ দিনা আল্লাহ তাআলাৰ মৰ্যদা অনুসৰি অহাৰ প্ৰমাণ। বৰঞ্চ তেওঁৰ আগমনক আন কাৰো আগমনৰ লগত ৰিজাব নোৱাৰি, কোনো ধৰণৰ উদাহৰণ দিয়া নাযাব আৰু অস্বীকাৰো কৰিব নোৱাৰি। info

• المؤمن إذا ابتلي صبر وإن أعطي شكر.
মুমিন সকলক যেতিয়া কোনো পৰীক্ষা কৰা হয়, তেতিয়া তেওঁলোকে ধৈৰ্য ধাৰণ কৰে আৰু যেতিয়া অনুগ্ৰহ প্ৰদান কৰা হয় তেতিয়া কৃতজ্ঞতা জ্ঞাপন কৰে। info