Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.

external-link copy
30 : 5

فَطَوَّعَتْ لَهٗ نَفْسُهٗ قَتْلَ اَخِیْهِ فَقَتَلَهٗ فَاَصْبَحَ مِنَ الْخٰسِرِیْنَ ۟

কাবিলৰ বেয়া আদেশ প্ৰদানকাৰী আত্মাই তাক নিজৰ ভাতৃক হত্যা কৰিবলৈ উদ্বুদ্ধ কৰিলে, ফলত সি তেওঁক হত্যা কৰিলে। ইয়াৰ ফলত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হৈ গ'ল, যিসকলৰ পৃথিৱী আৰু আখিৰাতত নিজৰ প্ৰাপ্য তেনেই নগন্য। info
التفاسير:
Šiame puslapyje pateiktų ajų nauda:
• مخالفة الرسل توجب العقاب، كما وقع لبني إسرائيل؛ إذ عاقبهم الله تعالى بالتِّيه.
ৰাছুলৰ বিৰুদ্ধাচাৰণৰ ফলত আল্লাহৰ শাস্তি অৱধাৰিত হয়। যিদৰে বনী ইছৰাঈলৰ লগত হৈছিল, যেতিয়া আল্লাহে সিহঁতক তীহ ময়দামত বিচৰণৰ শাস্তি দিছিল। info

• قصة ابني آدم ظاهرها أن أول ذنب وقع في الأرض - في ظاهر القرآن - هو الحسد والبغي، والذي أدى به للظلم وسفك الدم الحرام الموجب للخسران.
আদম আলাইহিছ ছালামৰ দুয়ো পুত্ৰৰ ঘটনাৰ দ্বাৰা এইটো বুজা গল যে, পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম যিটো পাপ হৈছিল সেয়া হৈছে বিদ্বেষ তথা অন্যায়। এতেকে যিয়ে অন্যায় কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব, সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত। info

• الندامة عاقبة مرتكبي المعاصي.
পাপীৰ শাস্তি হৈছে অনুতাপ। info

• أن من سَنَّ سُنَّة قبيحة أو أشاع قبيحًا وشجَّع عليه، فإن له مثل سيئات من اتبعه على ذلك.
যিয়ে কোনো পাপ কৰ্মৰ প্ৰৱৰ্তন ঘটাব অথবা তাৰ প্ৰেৰণা দিব, সিও সিমানেই অংশীদাৰ হ'ব যিসকলে ইয়াৰ ওপৰত আমল কৰিব। info