Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.

external-link copy
12 : 2

اَلَاۤ اِنَّهُمْ هُمُ الْمُفْسِدُوْنَ وَلٰكِنْ لَّا یَشْعُرُوْنَ ۟

প্ৰকৃততে সিহঁতেই বিপৰ্যয়কাৰী। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। সিহঁতে এইটোও নাজানে যে সিহঁতৰ কৰ্মই হৈছে আচল বিপৰ্যয়। info
التفاسير:
Šiame puslapyje pateiktų ajų nauda:
• أن من طبع الله على قلوبهم بسبب عنادهم وتكذيبهم لا تنفع معهم الآيات وإن عظمت.
যিসকলৰ অন্তৰত অবাধ্যতা আৰু অস্বীকাৰ কৰাৰ ফলত মোহৰ মাৰি দিয়া হৈছে. সিহঁতৰ বাবে ডাঙৰতকৈ ডাঙৰ নিদৰ্শনো কোনো উপকাৰত নাহে। info

• أن إمهال الله تعالى للظالمين المكذبين لم يكن عن غفلة أو عجز عنهم، بل ليزدادوا إثمًا، فتكون عقوبتهم أعظم.
আল্লাহৰ তৰফৰ পৰা অন্যায়কাৰী মিছলীয়াসকলৰ প্ৰতি যিটো শিথিলতা সেয়া অৱহেলা বা অপাৰগৰ বাবে নহয় বৰং এই কাৰণে যে, যাতে সিহঁতৰ গুনাহ আৰু বৃদ্ধি হয় ফলত সিহঁতে অধিক শাস্তিৰ সন্মুখীন হব। info