Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.

external-link copy
37 : 11

وَاصْنَعِ الْفُلْكَ بِاَعْیُنِنَا وَوَحْیِنَا وَلَا تُخَاطِبْنِیْ فِی الَّذِیْنَ ظَلَمُوْا ۚ— اِنَّهُمْ مُّغْرَقُوْنَ ۟

এতেকে আপুনি আমাৰ চকুৰ সন্মুখত আমাৰ সুৰক্ষা বেষ্টনীৰ মাজত থাকি, নাও নিৰ্মাণ সম্পৰ্কীয় অহীৰ অনুসৰণ কৰি এখন নাও বনাওক। আৰু যিসকলে কুফুৰী কৰি নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতক অৱকাশ দিয়াৰ কথা আপুনি মোৰ ওচৰত উত্থাপন নকৰিব। সিহঁত নিশ্চিতৰূপে তুফানৰ জৰিয়তে ধ্বংস হ'ব। এয়া হৈছে কুফুৰীৰ ওপৰত সিহঁতৰ অটল থকাৰ পৰিণাম। info
التفاسير:
Šiame puslapyje pateiktų ajų nauda:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে। info

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য। info

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে। info

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ। info