وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی - رفيق الإسلام حبيب الرحمن

আঝ-ঝালঝালাহ

external-link copy
1 : 99

اِذَا زُلْزِلَتِ الْاَرْضُ زِلْزَالَهَا ۟ۙ

পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব, info
التفاسير:

external-link copy
2 : 99

وَاَخْرَجَتِ الْاَرْضُ اَثْقَالَهَا ۟ۙ

আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব, info
التفاسير:

external-link copy
3 : 99

وَقَالَ الْاِنْسَانُ مَا لَهَا ۟ۚ

আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল? info
التفاسير:

external-link copy
4 : 99

یَوْمَىِٕذٍ تُحَدِّثُ اَخْبَارَهَا ۟ؕ

সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব, info
التفاسير:

external-link copy
5 : 99

بِاَنَّ رَبَّكَ اَوْحٰی لَهَا ۟ؕ

কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে, info
التفاسير:

external-link copy
6 : 99

یَوْمَىِٕذٍ یَّصْدُرُ النَّاسُ اَشْتَاتًا ۙ۬— لِّیُرَوْا اَعْمَالَهُمْ ۟ؕ

সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়, info
التفاسير:

external-link copy
7 : 99

فَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ خَیْرًا یَّرَهٗ ۟ؕ

এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব। info
التفاسير:

external-link copy
8 : 99

وَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا یَّرَهٗ ۟۠

আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব। info
التفاسير: