وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز.

external-link copy
115 : 37

وَنَجَّیْنٰهُمَا وَقَوْمَهُمَا مِنَ الْكَرْبِ الْعَظِیْمِ ۟ۚ

আমি তেওঁলোক দুয়োকে আৰু তেওঁলোকৰ সম্প্ৰদায় বনী ইছৰাঈলকো ফিৰআউনৰ দাসত্বৰ পৰা আৰু সাগৰত ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। info
التفاسير:
سوودەکانی ئایەتەکان لەم پەڕەیەدا:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল। info

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা। info

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে। info