クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
4 : 98

وَمَا تَفَرَّقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ اِلَّا مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنَةُ ۟ؕ

আৰু ইহুদী, যিহঁতক তাওৰাত দিয়া হৈছিল। আৰু খৃষ্টান, যিহঁতক ইঞ্জিল দিয়া হৈছিল। ইয়াৰ পিছতো সিহঁতৰ মাজত বিভেদ সৃষ্টি হৈছিল যে, সিহঁতলৈ আল্লাহৰ ৰাছুল আহিছে। গতিকে কিছুমান লোকে ঈমান আনিছে আৰু কিছুমানে নবীৰ সত্যতাৰ বিষয়ে অৱগত হোৱাৰ পিছতো কুফুৰীৰ পথত পৰিচালিত হৈছিল। info
التفاسير:
本諸節の功徳:
• فضل ليلة القدر على سائر ليالي العام.
বছৰৰ ভিতৰত সকলো ৰাতিতকৈ লাইলাতুল ক্বদৰৰ ফজিলত অধিক বেছি। info

• الإخلاص في العبادة من شروط قَبولها.
ইবাদত স্বীকৃতিৰ যোগ্য হবলৈ হলে, সেয়া কেৱল এক আল্লাহৰ কাৰণে কৰা জৰুৰী। info

• اتفاق الشرائع في الأصول مَدعاة لقبول الرسالة.
সকলো চৰীয়তৰ মৌলিক কথাৰ সমানতাই এই কথা প্ৰমাণ কৰে যে, নবীৰ কথা মানি লব লাগে। info