クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
9 : 9

اِشْتَرَوْا بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا فَصَدُّوْا عَنْ سَبِیْلِهٖ ؕ— اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟

সিহঁতে আল্লাহৰ আয়াত অনুসৰণৰ বিনিময়ত- যাৰ মাজত প্ৰতিশ্ৰুতি পূৰণ কৰাও অন্তৰ্ভুক্ত- পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ কৰিছে, যাতে সিহঁতৰ প্ৰবৃত্তিৰ আশা-আকাংখা পূৰণ হোৱাত সহায়ক হয়। ফলত সিহঁতে নিজকে সত্য অনুসৰণৰ পৰা বিৰত ৰাখিলে আৰু মুখ ঘূৰাই ললে, তথা আন আন লোককো সত্যৰ পৰা বিৰত ৰাখিলে। নিশ্চয় সিহঁতৰ এই কাৰ্য অতিকৈ নিকৃষ্ট, যিবোৰ সিহঁতে কৰি আছে। info
التفاسير:
本諸節の功徳:
• دلَّت الآيات على أن قتال المشركين الناكثين العهد كان لأسباب كثيرة، أهمها: نقضهم العهد.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, প্ৰতিশ্ৰুতি ভঙ্গকাৰী মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বহুতো কাৰণ আছিল, তাৰে অন্যতম কাৰণ হৈছে, বিশ্বাসঘাতকতা কৰা, প্ৰতিশ্ৰুতি ভঙ্গ কৰা। info

• في الآيات دليل على أن من امتنع من أداء الصلاة أو الزكاة فإنه يُقاتَل حتى يؤديهما، كما فعل أبو بكر رضي الله عنه.
উক্ত আয়াতবোৰত এই কথাৰ প্ৰমাণ পোৱা যায় যে, যিয়ে ছালাত আদায় তথা যাকাত প্ৰদানক অস্বীকাৰ কৰিব, তাৰ লগত সেই সময় লৈকে যুদ্ধ কৰা হ'ব যেতিয়ালৈকে সি এই দুটাক মানি নলয়। যেনেঃ আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৰিছিল। info

• استدل بعض العلماء بقوله تعالى:﴿وَطَعَنُوا فِي دِينِكُمْ﴾ على وجوب قتل كل من طعن في الدّين عامدًا مستهزئًا به.
কিছুমান বিদ্যানসকলে এই আয়াতৰ দ্বাৰা (সিহঁতে তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে) প্ৰমাণ দিছে যে, যি ব্যক্তিয়ে জানি বুজি উপলুঙাসূচক বাক্যৰে ইছলামৰ নিন্দা কৰিব, তাক হত্যা কৰা ওৱাজিব। info

• في الآيات دلالة على أن المؤمن الذي يخشى الله وحده يجب أن يكون أشجع الناس وأجرأهم على القتال.
উক্ত আয়াতবোৰত এই কথাৰো প্ৰমাণ পোৱা যায় যে, যিজন মুমিনে কেৱল আল্লাহক ভয় কৰে, তেওঁ যুদ্ধৰ ময়দানত আটাইতকৈ বেছি বাহাদুৰী দেখুৱা উচিত। info