クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
4 : 88

تَصْلٰی نَارًا حَامِیَةً ۟ۙ

সেইবোৰ চেহেৰা উত্তপ্ত জুইত প্ৰৱেশ কৰি তাৰ প্ৰচণ্ড তাপৰ বেদনা ভোগ কৰিব। info
التفاسير:
本諸節の功徳:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব। info

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা। info

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত। info