クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

ページ番号:close

external-link copy
34 : 83

فَالْیَوْمَ الَّذِیْنَ اٰمَنُوْا مِنَ الْكُفَّارِ یَضْحَكُوْنَ ۟ۙ

সেয়েহে ক্বিয়ামতৰ দিনা মুমিনসকলে কাফিৰসকলৰ প্ৰতি উপহাস কৰিব, যিদৰে পৃথিৱীত কাফিৰসকলে তেওঁলোকৰ প্ৰতি উপহাস কৰিছিল। info
التفاسير:

external-link copy
35 : 83

عَلَی الْاَرَآىِٕكِ ۙ— یَنْظُرُوْنَ ۟ؕ

আসনত বহি আল্লাহ তাআলাই তেওঁলোকৰ বাবে প্ৰস্তুত কৰা নিয়ামত বা অৱদানবোৰ চাই থাকিব। info
التفاسير:

external-link copy
36 : 83

هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوْا یَفْعَلُوْنَ ۟۠

নিশ্চয় কাফিৰ বিলাকক সিহঁতৰ সেই কামৰ পৰিণাম অপমানজনক শাস্তিৰূপে দিয়া হৈছে যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। info
التفاسير:
本諸節の功徳:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত। info

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে। info

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব। info