クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
14 : 71

وَقَدْ خَلَقَكُمْ اَطْوَارًا ۟

যিহেতু তেওঁ তোমালোকক বিভিন্ন স্তৰৰ মাধ্যমত সৃষ্টি কৰিছে। পানীৰ টোপালৰ পৰা ৰক্তপিণ্ড, তাৰ পিছত মাংসপিণ্ড। info
التفاسير:
本諸節の功徳:
• الاستغفار سبب لنزول المطر وكثرة الأموال والأولاد.
ধন-সম্পদ, সন্তান-সন্ততি আৰু বৰষুণ হোৱাৰ অন্যতম কাৰণ হৈছে ইস্তিগফাৰ কৰা। info

• دور الأكابر في إضلال الأصاغر ظاهر مُشَاهَد.
নেতাসকলে সদায় সাধাৰণ ব্যক্তিসকলক পথভ্ৰষ্ট কৰি অহা পৰিলক্ষিত হৈছে। info

• الذنوب سبب للهلاك في الدنيا، والعذاب في الآخرة.
পৃথিৱীত পাপ হৈছে ধ্বংসৰ অন্যতম কাৰণ আৰু পৰকালত শাস্তিৰ কাৰণ। info