クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

আল-আ'ৰাফ

本章の趣旨:
انتصار الحق في صراعه مع الباطل، وبيان عاقبة المستكبرين في الدنيا والآخرة.
বাতিলৰ সৈতে সত্যৰ মোকাবিলাৰ সময়ত সত্যক সহায় কৰা, লগতে পৃথিৱী আৰু আখিৰাতত অহংকাৰীসকলৰ পৰিণামৰ বৰ্ণনা। info

external-link copy
1 : 7

الٓمّٓصٓ ۟ۚ

এই বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। info
التفاسير:
本諸節の功徳:
• من مقاصد إنزال القرآن الإنذار للكافرين والمعاندين، والتذكير للمؤمنين.
কোৰআন অৱতীৰ্ণ হোৱাৰ এটা উদ্দেশ্য এই যে, অস্বীকাৰকাৰী আৰু বিদ্বেষ পোষণকাৰী সকলক সাৱধান কৰা তথা ঈমান্দাৰ সকলক উপদেশ দিয়া। info

• أنزل الله القرآن إلى المؤمنين ليتبعوه ويعملوا به، فإن فعلوا ذلك كملت تربيتهم، وتمت عليهم النعمة، وهُدُوا لأحسن الأعمال والأخلاق.
আল্লাহে মুমিনসকলক কোৰআন প্ৰদান কৰিছে, যাতে তেওঁলোকে সেইটোক মানি চলে আৰু সেই মতে জীৱন-যাপন কৰে। যদি তেওঁলোকে এনেকুৱা কৰে তেন্তে তেওঁলোকৰ লালন-পালন পৰিপূৰ্ণ হ'ব। আৰু তেওঁলোকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ হ'ব। লগতে সত্কৰ্ম আৰু উত্তম আচৰণৰ পথ প্ৰাপ্ত হ'ব। info

• الوزن يوم القيامة لأعمال العباد يكون بالعدل والقسط الذي لا جَوْر فيه ولا ظلم بوجه.
ক্বিয়ামতৰ দিনা বান্দাৰ আমল সম্পূৰ্ণ ন্যায় ভাৱে ওজন কৰা হ'ব তথা সিহঁতৰ কাৰো প্ৰতি অন্যায় অত্যাচাৰ কৰা নহ'ব। info

• هَيَّأ الله الأرض لانتفاع البشر بها، بحيث يتمكَّنون من البناء عليها وحَرْثها، واستخراج ما في باطنها للانتفاع به.
আল্লাহে পৃথিৱীখনক এনেকুৱা বনাইছে যে, যাতে মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। যাতে ইয়াত ঘৰ নিৰ্মাণ কৰিব পাৰে আৰু খেতি-বাতি কৰিব পাৰে। লগতে ইয়াৰ গৰ্ভত থকা খনিজ পদাৰ্থবোৰ উলিয়াই উপকৃত হ'ব পাৰে। info