クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
24 : 55

وَلَهُ الْجَوَارِ الْمُنْشَاٰتُ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ۚ

সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয়ন্ত্ৰণাধীন। info
التفاسير:
本諸節の功徳:
• الجمع بين البحر المالح والعَذْب دون أن يختلطا من مظاهر قدرة الله تعالى.
লুণীয়া সাগৰ আৰু মিঠা সাগৰৰ পানীক মিশ্ৰিত নোহোৱাকৈ একত্ৰিত কৰাটো হৈছে আল্লাহৰ ক্ষমতাৰ পৰিচায়ক। info

• ثبوت الفناء لجميع الخلائق، وبيان أن البقاء لله وحده حضٌّ للعباد على التعلق بالباقي - سبحانه - دون من سواه.
সকলো সৃষ্টিজগত ধ্বংস হোৱাটো সুসাব্যস্ত বিষয়। তথা এই কথা বৰ্ণনা কৰা হৈছে যে, অৱশিষ্ট থাকিব একমাত্ৰ আল্লাহৰ সত্তা। সেয়ে বান্দাসকলক সকলো ত্যাগ কৰি একমাত্ৰ চিৰঞ্জীৱ সত্তাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ প্ৰেৰণা দিয়া হৈছে। info

• إثبات صفة الوجه لله على ما يليق به سبحانه دون تشبيه أو تمثيل.
আল্লাহৰ বাবে তেওঁৰ উপযুক্ত চেহেৰা প্ৰমাণিত। ইয়াৰ সৈতে সামঞ্জস্য অথবা কোনো ধৰণৰ তুলনাৰ অৱকাশ নাই। info

• تنويع عذاب الكافر.
কাফিৰসকলক বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়া হ’ব। info