クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
88 : 43

وَقِیْلِهٖ یٰرَبِّ اِنَّ هٰۤؤُلَآءِ قَوْمٌ لَّا یُؤْمِنُوْنَ ۟ۘ

পৱিত্ৰ আল্লাহৰ ওচৰত ৰাছুলৰ অভিযোগ সম্পৰ্কে পূৰ্ণ জ্ঞান আছে, তেওঁৰ সম্প্ৰদায়ে যে তেওঁক অস্বীকাৰ কৰিছে। এইদৰে তেওঁৰ এই দুআ সম্পৰ্কেও অৱগত যে, হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁতে সেই বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰিব, যি বাৰ্তা প্ৰদান কৰি তুমি মোক প্ৰেৰণ কৰিছা। info
التفاسير:
本諸節の功徳:
• كراهة الحق خطر عظيم.
সত্যক অপছন্দ কৰা মহাক্ষতিকৰ। info

• مكر الكافرين يعود عليهم ولو بعد حين.
কাফিৰসকলৰ চক্ৰান্তই পলমকৈ হ’লেও সিহঁতকেই ক্ষতি কৰিব। info

• كلما ازداد علم العبد بربه، ازداد ثقة بربه وتسليمًا لشرعه.
ক্ৰমান্বয়ে বান্দাই যিদৰে আল্লাহ সম্পৰ্কে জ্ঞান আহৰণ কৰিব, ঠিক সেই অনুপাতে তেওঁৰ ওপৰত ভৰসা আৰু তেওঁৰ চৰীয়ত পালনৰ আগ্ৰহ জাগিব। info

• اختصاص الله بعلم وقت الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। info