クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
8 : 36

اِنَّا جَعَلْنَا فِیْۤ اَعْنَاقِهِمْ اَغْلٰلًا فَهِیَ اِلَی الْاَذْقَانِ فَهُمْ مُّقْمَحُوْنَ ۟

এইক্ষেত্ৰত ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে, যিসকলৰ ডিঙিত গলাবান্ধ লগোৱা আছে, আৰু ডিঙিৰ সৈতে সিহঁতৰ হাত দুখন থুঁতৰিলৈকে বান্ধি থোৱা আছে। যাৰ ফলত সিহঁতৰ মূৰ আকাশমোৱা হৈ থাকিবলৈ বাধ্য, তলমোৱা কৰিবলৈ সক্ষম নহয়। ঠিক সেইদৰে এইসকল লোকক আল্লাহৰ ঈমানৰ সৈতে বান্ধি থোৱা হৈছে। গতিকে সেইকাৰণে ইহঁতে আনুগত্য কৰিব পৰা নাই তথা নিজৰ মূৰ তলমোৱা (নত স্বীকাৰ) কৰিব পৰা নাই। info
التفاسير:
本諸節の功徳:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে। info

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। info