クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
31 : 28

وَاَنْ اَلْقِ عَصَاكَ ؕ— فَلَمَّا رَاٰهَا تَهْتَزُّ كَاَنَّهَا جَآنٌّ وَّلّٰی مُدْبِرًا وَّلَمْ یُعَقِّبْ ؕ— یٰمُوْسٰۤی اَقْبِلْ وَلَا تَخَفْ ۫— اِنَّكَ مِنَ الْاٰمِنِیْنَ ۟

তথা তেওঁক আদেশ দিলে, তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা। মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ সেইডালক সাপৰ দৰে দ্ৰুত লৰচৰ আৰু চোঁচৰি গতি কৰা দেখিলে তেতিয়া তেওঁ ভয়তে দৌৰি পলায়ন কৰিবলৈ ধৰিলে, আনকি পিচফালেও ঘূৰি চোৱা নাছিল। এই দেখি আল্লাহে তেওঁক ক’লেঃ হে মুছা! ভয় নকৰিব, আগুৱাই যাওক। কাৰণ নিশ্চিতভাৱে আপোনাক সুৰক্ষিত কৰা হৈছে সেই সকলো বস্তুৰ পৰা যিবোৰক দেখি আপুনি ভয় পায়। info
التفاسير:
本諸節の功徳:
• الوفاء بالعقود شأن المؤمنين.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে মুমিনসকলৰ মৰ্যাদা। info

• تكليم الله لموسى عليه السلام ثابت على الحقيقة.
মুছা আলাইহিচ্ছালামে আল্লাহৰ লগত কৰা বাৰ্তালাপ বাস্তৱিকৰূপে প্ৰমাণিত। info

• حاجة الداعي إلى الله إلى من يؤازره.
ধৰ্ম প্ৰচাৰত জৰিত ব্যক্তিসকলৰো সহায়কৰ প্ৰয়োজন হ'ব পাৰে। info

• أهمية الفصاحة بالنسبة للدعاة.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে ভাষাজ্ঞানত দক্ষ হোৱাটো অতি গুৰুত্বপূৰ্ণ। info