クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
36 : 26

قَالُوْۤا اَرْجِهْ وَاَخَاهُ وَابْعَثْ فِی الْمَدَآىِٕنِ حٰشِرِیْنَ ۟ۙ

সিহঁতে ফিৰআউনক ক’লেঃ মুছা আৰু তেওঁৰ ভাতৃক কিছুসময় অৱকাশ দিয়া যাওক। তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ খৰধৰ কৰা উচিত নহ’ব। ইপিনে মিচৰৰ বিভিন্ন চহৰলৈ বাৰ্তাবাহক প্ৰেৰণ কৰক, সিহঁতে যাতে সুদক্ষ যাদুকৰসকলক একত্ৰিত কৰে। info
التفاسير:
本諸節の功徳:
• أخطاء الداعية السابقة والنعم التي عليه لا تعني عدم دعوته لمن أخطأ بحقه أو أنعم عليه.
আহ্বায়ক ব্যক্তিৰ পূৰ্বৱৰ্তী ভুল-ত্ৰুটি আৰু তেওঁৰ প্ৰতি কৰা উপকাৰ, কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে যে, তেওঁ যাৰ ক্ষতি কৰিছে অথবা যিয়ে তেওঁক উপকাৰ কৰিছে সিহঁতক আহ্বান কৰিব নোৱাৰিব। info

• اتخاذ الأسباب للحماية من العدو لا ينافي الإيمان والتوكل على الله.
শত্ৰুৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাটো ঈমান তথা আল্লাহৰ প্ৰতি ভৰসাৰ পৰিপন্থী নহয়। info

• دلالة مخلوقات الله على ربوبيته ووحدانيته.
আল্লাহৰ সৃষ্টিসমূহৰ মাজতেই তেওঁৰ প্ৰভুত্ব আৰু একত্বৰ প্ৰমাণ নিহিত হৈ আছে। info

• ضعف الحجة سبب من أسباب ممارسة العنف.
যুক্তিত দৰ্বল হ’লে মানুহে হিংসাত্মক কাৰ্য্য কৰাতো কুণ্ঠাবোধ নকৰে। info

• إثارة العامة ضد أهل الدين أسلوب الطغاة.
জনতাক ধাৰ্মিক লোকসকলৰ বিৰুদ্ধে উচটনি দিয়াটো অত্যাচাৰী শাসকসকলৰ নীতি। info