Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
6 : 64

ذٰلِكَ بِاَنَّهٗ كَانَتْ تَّاْتِیْهِمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَقَالُوْۤا اَبَشَرٌ یَّهْدُوْنَنَا ؗ— فَكَفَرُوْا وَتَوَلَّوْا وَّاسْتَغْنَی اللّٰهُ ؕ— وَاللّٰهُ غَنِیٌّ حَمِیْدٌ ۟

এই শাস্তি সিহঁতক এই কাৰণে বিহা হৈছিল যে, সিহঁতৰ ওচৰত ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু স্পষ্ট যুক্তি সহকাৰে আহিছিল। কিন্তু সিহঁতে মানৱ জাতিৰ পৰা ৰাছুল হোৱা বিষয়টোক আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মানুহে আমাক সত্যৰ পথ দেখুৱাব নেকি? এইদৰে সিহঁতে অস্বীকাৰ কৰিলে আৰু ঈমানৰ পৰা মুখ ঘূৰাই ললে। কিন্তু সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব পৰা নাই। কিয়নো আল্লাহ সিহঁতৰ ইবাদতৰ পৰা অমুখাপেক্ষী। তদোপৰি সিহঁতৰ আনুগত্যৰ ফলত আল্লাহৰ কোনো মৰ্যাদা বৃদ্ধি নহয়। আল্লাহ অমুখাপেক্ষী, বান্দাৰ প্ৰতি মুখাপেক্ষী নহয়। তেওঁ নিজৰ কথা আৰু কৰ্মত সপ্ৰশংসিত। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া। info

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা। info