Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
65 : 39

وَلَقَدْ اُوْحِیَ اِلَیْكَ وَاِلَی الَّذِیْنَ مِنْ قَبْلِكَ ۚ— لَىِٕنْ اَشْرَكْتَ لَیَحْبَطَنَّ عَمَلُكَ وَلَتَكُوْنَنَّ مِنَ الْخٰسِرِیْنَ ۟

হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি আৰু আপোনাৰ পূৰ্বে অহা ৰাছুলসকলৰ প্ৰতি এই অহী প্ৰেৰণ কৰিছে যে, যদি আপুনি আল্লাহৰ সৈতে আনৰ ইবাদত কৰে তেন্তে আপোনাৰ সকলো নেক কৰ্মৰ ছোৱাব বিনষ্ট হৈ যাব। তথা আপুনি পৃথিৱীত ক্ষতিগ্ৰস্তসকলৰ তালিকাভুক্ত হ’ব, কাৰণ আপুনি দ্বীন পালনত বিফল হৈছে, আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হ’ব। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• الكِبْر خلق ذميم مشؤوم يمنع من الوصول إلى الحق.
অহংকাৰ হৈছে এটা নিকৃষ্ট ব্যাধি, যিয়ে মানুহক সত্যৰ পৰা আঁতৰাই ৰাখে। info

• سواد الوجوه يوم القيامة علامة شقاء أصحابها.
কিয়ামতৰ দিনা মুখমণ্ডল ক’লা পৰাটোৱে প্ৰমাণ কৰিব যে, ব্যক্তিজন দুৰ্ভগীয়া। info

• الشرك محبط لكل الأعمال الصالحة.
শ্বিৰ্ক গুনাহে মানুহৰ সকলো সৎকৰ্ম বিনষ্ট কৰি দিয়ে। info

• ثبوت القبضة واليمين لله سبحانه دون تشبيه ولا تمثيل.
আল্লাহৰ ‘মুঠি’ আৰু ‘সোঁহাতৰ’ প্ৰমাণ পোৱা গ’ল। কিন্তু ইয়াৰ কোনো সাদৃশ্য তথা উদাহৰণ নাই। info