Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
61 : 38

قَالُوْا رَبَّنَا مَنْ قَدَّمَ لَنَا هٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِی النَّارِ ۟

অনুসাৰীসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! সত্য আমাৰ ওচৰলৈ আহি যোৱাৰ পিছত যিসকল লোকে আমাক হিদায়তৰ পৰা পথভ্ৰষ্ট কৰিছিল, সিহঁতক তুমি জাহান্নামত দ্বিগুণ শাস্তি প্ৰদান কৰা। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• من صبر على الضر فالله تعالى يثيبه ثوابًا عاجلًا وآجلًا، ويستجيب دعاءه إذا دعاه.
বিপদৰ সময়ত যিয়ে ধৈৰ্য্য ধাৰণ কৰিব, আল্লাহে তাক পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে ছোৱাব প্ৰদান কৰিব। তেওঁ আল্লাহৰ ওচৰত যেতিয়াই প্ৰাৰ্থনা কৰিব তেতিয়াই তেওঁৰ প্ৰাৰ্থনা কবূল কৰিব। info

• في الآيات دليل على أن للزوج أن يضرب امرأته تأديبًا ضربًا غير مبرح؛ فأيوب عليه السلام حلف على ضرب امرأته ففعل.
উক্ত আয়াতত প্ৰমাণ পোৱা গ'ল যে, স্বামীয়ে স্ত্ৰীক সংশোধনমূলক মৃদু প্ৰহাৰ কৰিব পাৰে। যিহেতু আয়্যুব আলাইহিচ্ছালামে তেওঁৰ স্ত্ৰীক প্ৰহাৰ কৰাৰ শপত খাই, সেই শপত পূৰণ কৰিছিল। info