Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
76 : 37

وَنَجَّیْنٰهُ وَاَهْلَهٗ مِنَ الْكَرْبِ الْعَظِیْمِ ۟ؗۖ

নিশ্চয় আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক, লগতে তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁৰ সম্প্ৰদায়ৰ নিৰ্যাতনৰ পৰা আৰু সেই মহাপ্লাৱনৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটোক কাফিৰসকলৰ ধ্বংসৰ বাবে প্ৰেৰণ কৰা হৈছিল। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• الظفر بنعيم الجنان هو الفوز الأعظم، ولمثل هذا العطاء والفضل ينبغي أن يعمل العاملون.
জান্নাতৰ নিয়ামত লাভ কৰাটোৱে হৈছে মহাসফলতা। এনেকুৱা প্ৰতিদান আৰু সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত। info

• إن طعام أهل النار هو الزقّوم ذو الثمر المرّ الكريه الطعم والرائحة، العسير البلع، المؤلم الأكل.
জাহান্নামত জাহান্নামীসকলৰ খাদ্য বস্তু হ’ব যাক্কুম গছৰ ফল। যি ফল অত্যন্ত দুৰ্গন্ধযুক্ত তথা অতি উৎকট আৰু তিতা। যিটোক গিলি পেলোৱা কঠিন আৰু ভক্ষণ কৰাও কষ্টদায়ক। info

• أجاب الله تعالى دعاء نوح عليه السلام بإهلاك قومه، والله نعم المقصود المجيب.
আল্লাহে নূহ আলাইহিচ্ছালামৰ সেই দুআ কবূল কৰিছিল, যি দুআত তেওঁ নিজ সম্প্ৰদায়ক ধ্বংস কৰাৰ বিষয়ে আবেদন কৰিছিল। নিশ্চয় আল্লাহ অতি উত্তম উদ্দেশ্য সফলকাৰী তথা প্ৰাৰ্থনা স্বীকাৰকাৰী। info