Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
16 : 32

تَتَجَافٰی جُنُوْبُهُمْ عَنِ الْمَضَاجِعِ یَدْعُوْنَ رَبَّهُمْ خَوْفًا وَّطَمَعًا ؗ— وَّمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟

তেওঁলোকে শোৱা বিছনাক পৰিত্যাগ কৰি আল্লাহৰ প্ৰতি মনোনিৱেশ কৰে। চালাতত থকা অৱস্থাত তথা অন্যান্য অৱস্থাতো তেওঁলোকে আল্লাহৰ শাস্তিক ভয় কৰি তেওঁৰ ওচৰত দুআ কৰে, আৰু তেওঁৰ ৰহমত কামনা কৰে। আমি তেওঁলোকক যি সম্পদ প্ৰদান কৰিছোঁ সেইবোৰ তেওঁলোকে আল্লাহৰ পথত ব্যয় কৰে। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়। info

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ। info

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়। info