Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano

external-link copy
16 : 17

وَاِذَاۤ اَرَدْنَاۤ اَنْ نُّهْلِكَ قَرْیَةً اَمَرْنَا مُتْرَفِیْهَا فَفَسَقُوْا فِیْهَا فَحَقَّ عَلَیْهَا الْقَوْلُ فَدَمَّرْنٰهَا تَدْمِیْرًا ۟

যেতিয়া আমি কোনো জনবসতিক সিহঁতৰ অত্যাচাৰৰ কাৰণে বিনাশ কৰিব বিচাৰো, তেতিয়া আমি সিহঁতক ইবাদতৰ আদেশ দিওঁ, যিসকলক বিভিন্ন নিয়ামতে অংকাৰী কৰি তুলিছে। ফলত সিহঁতে আদেশ পালন কৰাৰ পৰিবৰ্তে অবাধ্যতা কৰি সীমালংঘন কৰিবলৈ ধৰে। যাৰ ফলত সিহঁত শাস্তিৰ সন্মুখীন হয়, আৰু আমিও সিহঁতক পৰিপূৰ্ণ ধ্বংস কৰি দিওঁ। info
التفاسير:
Alcuni insegnamenti da trarre da questi versi sono:
• من اهتدى بهدي القرآن كان أكمل الناس وأقومهم وأهداهم في جميع أموره.
যিয়ে কোৰআনৰ হিদায়ত অৱলম্বন কৰিছে, তেওঁ সকলো ক্ষেত্ৰতে আটাইতকৈ পৰিপক্ক, সঠিক তথা হিদায়তপ্ৰাপ্ত। info

• التحذير من الدعوة على النفس والأولاد بالشر.
নিজৰ প্ৰতি তথা সন্তান-সন্ততিৰ প্ৰতি বদ্দুআৰ পৰা সতৰ্ক কৰা হৈছে। info

• اختلاف الليل والنهار بالزيادة والنقص وتعاقبهما، وضوء النهار وظلمة الليل، كل ذلك دليل على وحدانية الله ووجوده وكمال علمه وقدرته.
দিন-ৰাতি সৰু ডাঙৰ হোৱা, এটাই আনটোৰ পিছত অহা, দিন আলোকময় আৰু ৰাতি অন্ধকাৰ, এই সকলোবোৰ আল্লাহৰ একত্ববাদৰ প্ৰমাণ তথা তেওঁৰ অস্তিত্ব আৰু পৰিপূৰ্ণ জ্ঞান আৰু ক্ষমতাৰ প্ৰতীক। info

• تقرر الآيات مبدأ المسؤولية الشخصية، عدلًا من الله ورحمة بعباده.
এইটো আল্লাহৰ ন্যায় আৰু তেওঁৰ বান্দাসকলৰ প্ৰতি কৃপা যে, তেওঁ এই আয়াতবোৰৰ জৰিয়তে ব্যক্তিগত দায়িত্বৰ সুত্ৰ স্থাপন কৰিছে। info