Traduction des sens du Noble Coran - La traduction assamaise - Rafîq Al Islâm Habîb Ar-Rahmân

আন-নাচৰ

external-link copy
1 : 110

اِذَا جَآءَ نَصْرُ اللّٰهِ وَالْفَتْحُ ۟ۙ

যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব, info
التفاسير:

external-link copy
2 : 110

وَرَاَیْتَ النَّاسَ یَدْخُلُوْنَ فِیْ دِیْنِ اللّٰهِ اَفْوَاجًا ۟ۙ

আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰা দেখিবলৈ পাবা, info
التفاسير:

external-link copy
3 : 110

فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ ؔؕ— اِنَّهٗ كَانَ تَوَّابًا ۟۠

তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী। info
التفاسير: