Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
36 : 43

وَمَنْ یَّعْشُ عَنْ ذِكْرِ الرَّحْمٰنِ نُقَیِّضْ لَهٗ شَیْطٰنًا فَهُوَ لَهٗ قَرِیْنٌ ۟

যিয়ে কোৰআনখন মনোযোগ সহকাৰে নপঢ়াকৈ ইয়াৰ পৰা বিমুখ হয়, শাস্তিস্বৰূপে সেই ব্যক্তিৰ ওপৰত এজন চয়তান নিযুক্ত কৰা হয়। সেই চয়তান সদায় তাৰ লগত থাকে আৰু তাৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info