Traduction des sens du Noble Coran - La traduction assamaise du Résumé dans l'Exégèse du noble Coran.

external-link copy
58 : 28

وَكَمْ اَهْلَكْنَا مِنْ قَرْیَةٍ بَطِرَتْ مَعِیْشَتَهَا ۚ— فَتِلْكَ مَسٰكِنُهُمْ لَمْ تُسْكَنْ مِّنْ بَعْدِهِمْ اِلَّا قَلِیْلًا ؕ— وَكُنَّا نَحْنُ الْوٰرِثِیْنَ ۟

বহুতো জনবসতি এনেকুৱা আছিল, যিসকলে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিল, তথা পাপকৰ্ম আৰু অবাধ্যতাত লিপ্ত হৈছিল। অৱশেষত আমি সিহঁতৰ ওপৰত শাস্তি প্ৰেৰণ কৰি সিহঁতক ধ্বংস কৰিছিলোঁ। চোৱা এইবোৰ হৈছে সিহঁতৰ জনশূন্য বাসস্থান, যিবোৰৰ ওচৰেৰে মানুহ অহা যোৱা কৰে। তাত কিছুমান পৰ্যটকৰ বাহিৰে আন কোনেও অৱস্থান নকৰে। প্ৰকৃততে আমিয়েই ইয়াৰ উত্তৰাধিকাৰী; আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ। info
التفاسير:
Parmi les bénéfices ( méditations ) des versets de cette page:
• فضل من آمن من أهل الكتاب بالنبي محمد صلى الله عليه وسلم، وأن له أجرين.
আহলে কিতাবসকলৰ মাজৰ যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান আনিছে তেওঁলোকৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, তেওঁলোকে দ্বিগুণ ছোৱাবৰ অধিকাৰী হ'ব। info

• هداية التوفيق بيد الله لا بيد غيره من الرسل وغيرهم.
হিদায়তৰ তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, তেওঁৰ বাহিৰে কোনো ৰাছুলৰ হাতত নাই। info

• اتباع الحق وسيلة للأمن لا مَبْعث على الخوف كما يدعي المشركون.
সত্যৰ অনুসৰণ কেতিয়াও ভয়ৰ কাৰণ হ'ব নোৱাৰে। যিদৰে মুশ্বৰিকসকলে দাবী কৰে। বৰং এইটো হৈছে শান্তি আৰু নিৰাপত্তা লাভ কৰাৰ উপায়। info

• خطر الترف على الفرد والمجتمع.
ভোগ-বিলাস আদি ব্যক্তি তথা সমাজ উভয়ৰ বাবেই ক্ষতিকাৰক। info

• من رحمة الله أنه لا يهلك الناس إلا بعد الإعذار إليهم بإرسال الرسل.
এইটো আল্লাহৰ এটা মহান কৃপা যে, তেওঁ মানুহৰ ওচৰত ৰাছুল প্ৰেৰণ কৰি অভিযোগ উত্থাপনৰ দুৱাৰ বন্ধ নকৰাকৈ কেতিয়াও সিহঁতক ধ্বংস নকৰে। info