Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
8 : 37

لَا یَسَّمَّعُوْنَ اِلَی الْمَلَاِ الْاَعْلٰی وَیُقْذَفُوْنَ مِنْ كُلِّ جَانِبٍ ۟

এইসকল চয়তানে আকাশত থকা ফিৰিস্তাসকলৰ কথা কোনো পধ্যেই শুনিব নোৱাৰে। যেতিয়া তেওঁলোকে চৰীয়ত আৰু ভাগ্য সম্পৰ্কীয় আদেশ তথা সিদ্ধান্ত সম্পৰ্কে চৰ্চা কৰে, আল্লাহে যিবোৰ তেওঁলোকৰ প্ৰতি অহী কৰিছে। কিবা প্ৰকাৰে যদি সিহঁতে শুনিবলৈও চেষ্টা কৰে তেন্তে সিহঁতক জ্বলন্ত অন্ধৰা নিক্ষেপ কৰা হয়। info
التفاسير:
Beneficios de los versículos de esta página:
• تزيين السماء الدنيا بالكواكب لمنافع؛ منها: تحصيل الزينة، والحفظ من الشيطان المارد.
পৃথিৱীৰ নিকটতম আকাশক কেউবাটাও কাৰণত তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰা হৈছে। যেনেঃ আকাশক শোভনীয় কৰি তোলা আৰু পাপিষ্ঠ চয়তানৰ পৰা সুৰক্ষিত কৰা। info

• إثبات الصراط؛ وهو جسر ممدود على متن جهنم يعبره أهل الجنة، وتزل به أقدام أهل النار.
পুলচিৰাতৰ প্ৰমাণ। চিৰাতৰ দ্বাৰা সেই সেতুক বুজোৱা হৈছে, যিখন জাহান্নামৰ ওপৰত স্থাপিত হ’ব। জান্নাতিসকলে সহজেই পাৰ হ’ব আৰু জাহান্নামীসকলে পিচলি পৰি যাব। info