Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
99 : 3

قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ تَبْغُوْنَهَا عِوَجًا وَّاَنْتُمْ شُهَدَآءُ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟

হে নবী আপুনি কওঁক, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে মুমিনসকলক আল্লাহৰ পথৰ পৰা কিয় বিৰত ৰাখা? তোমালোকে বিচৰা নেকি যে, আল্লাহৰ ধৰ্ম সত্যৰ পৰা অসত্যলৈ আৰু মুমিনসকল হিদায়তৰ পৰা ভ্ৰষ্টতালৈ উভতি যাওক। কিয়নো তোমালোকেও জানা যে, এই ধৰ্মই সত্য ধৰ্ম আৰু তোমালোকৰ পুথিত থকা সংবাদককো সমৰ্থন কৰে। আল্লাহে তোমালোকৰ কুফৰৰ পৰা আৰু মানুহক সত্যৰ পৰা বিৰত ৰখা কাৰ্যৰ পৰা অমনোযোগী নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব’। info
التفاسير:
Beneficios de los versículos de esta página:
• كَذِبُ اليهود على الله تعالى وأنبيائه، ومن كذبهم زعمهم أن تحريم يعقوب عليه السلام لبعض الأطعمة نزلت به التوراة.
ইয়াহূদীসকলৰ আল্লাহৰ প্ৰতি আৰু নবীসকলৰ বিষয়ে মিছা আৰোপ কৰাৰ বৰ্ণনা। সিহঁতৰ এটা মিছা আৰোপ এইটো আছিল যে, সিহঁতে কয়, ইয়াকূব আলাইহিছ ছালামে যিবোৰ খাদ্যবস্তু হাৰাম কৰি লৈছিল, সেইবোৰৰ অবৈধতা তাওৰাতত উল্লেখ আছে। info

• أعظم أماكن العبادة وأشرفها البيت الحرام، فهو أول بيت وضع لعبادة الله، وفيه من الخصائص ما ليس في سواه.
সৱাতোকৈ উত্তম আৰু আটাইতকৈ মহান ইবাদতৰ স্থান হৈছে কাবা ঘৰ। এইটোৱে সৰ্বপ্ৰথম ঘৰ যিটো আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা হৈছে। তাত এনেকুৱা কিছুমান বিশেষতা আছে যিবোৰ তাৰ বাহিৰে আন কতো নাই। info

• ذَكَرَ الله وجوب الحج بأوكد ألفاظ الوجوب تأكيدًا لوجوبه.
আল্লাহে হজ্জৰ অনিবাৰ্যতাৰ বৰ্ণনা দৃঢ় শব্দৰ জৰিয়তে কৰিছে, যাতে মানুহে গম পায় যে, হজ্জ এটা মহত্বপূৰ্ণ ওৱাজীব। info