Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
56 : 29

یٰعِبَادِیَ الَّذِیْنَ اٰمَنُوْۤا اِنَّ اَرْضِیْ وَاسِعَةٌ فَاِیَّایَ فَاعْبُدُوْنِ ۟

হে মোৰ বান্দাসকল! যিসকলে মোৰ প্ৰতি ঈমান পোষণ কৰিছা, তোমালোকে সেই ভূমিৰ পৰা হিজৰত কৰা, যি ভূমিত মোৰ ইবাদত কৰা কঠিন হৈ পৰিছে। নিশ্চয় মোৰ এই ধৰা অতি বিশাল। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। লগতে মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। info
التفاسير:
Beneficios de los versículos de esta página:
• استعجال الكافر بالعذاب دليل على حمقه.
শাস্তিৰ বাবে খৰখেদা কৰাটো কাফিৰসকলৰ মুৰ্খতাৰ পৰিচয়। info

• باب الهجرة من أجل سلامة الدين مفتوح.
দ্বীন ৰক্ষা কৰিবলৈ হিজৰতৰ দুৱাৰ সদায় উন্মুক্ত। info

• فضل الصبر والتوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। info

• الإقرار بالربوبية دون الإقرار بالألوهية لا يحقق لصاحبه النجاة والإيمان.
আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰাকৈ, কেৱল তেওঁৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই কেতিয়াও মানুহ মুমিন হ’ব নোৱাৰে আৰু ইয়াৰ ফলত মুক্তি লাভ কৰাও সম্ভৱ নহয়। info