Traducción de los significados del Sagrado Corán - Traducción Assamese de Al-Mujtasar para la Exégesis del Sagrado Corán.

external-link copy
19 : 19

قَالَ اِنَّمَاۤ اَنَا رَسُوْلُ رَبِّكِ ۖۗ— لِاَهَبَ لَكِ غُلٰمًا زَكِیًّا ۟

জিব্ৰীল আলাইহিচ্ছালামে ক'লেঃ মই মানৱ নহয়। নিশ্চয় মই তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন দূত। তেৱেঁই মোক তোমাৰ ওচৰলৈ প্ৰেৰণ কৰিছে। যাতে মই তোমাক এজন পাক-পৱিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ। info
التفاسير:
Beneficios de los versículos de esta página:
• الصبر على القيام بالتكاليف الشرعية مطلوب.
চৰীয়তি দায়িত্ব পালন কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰা অতি আৱশ্যক। info

• علو منزلة بر الوالدين ومكانتها عند الله، فالله قرنه بشكره.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ মৰ্যাদা আল্লাহৰ ওচৰত অধিক, সেইকাৰণেই আল্লাহে ইয়াক তেওঁ কৃতজ্ঞতাৰ সৈতে স্থান দিছে। info

• مع كمال قدرة الله في آياته الباهرة التي أظهرها لمريم، إلا أنه جعلها تعمل بالأسباب ليصلها ثمرة النخلة.
আল্লাহে মৰিয়ম আলাইহাচ্ছালাম সম্পৰ্কে যদিও কিছুমান আশ্চৰ্যজনক নিদৰ্শন দেখুৱাই নিজৰ শক্তি সামৰ্থ প্ৰদৰ্শন কৰিছে, কিন্তু ইয়াৰ পিচতো তেওঁ মৰিয়মক ফল খোৱাবলৈ সাংসাৰিক মাধ্যম প্ৰয়োগ কৰিছে। info