Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
8 : 93

وَوَجَدَكَ عَآىِٕلًا فَاَغْنٰی ۟ؕ

আৰু আপোনাক দুখীয়া পাইছিল, তাৰ পিছত তেৱেঁই আপোনাক ধনী বনাই দিছে। info
التفاسير:
Benefits of the verses in this page:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই। info

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ। info

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী। info