Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

আল-আ'লা

Purposes of the Surah:
تذكير النفس بالحياة الأخروية، وتخليصها من التعلقات الدنيوية.
মানুহৰ অন্তৰক পৰকালৰ জীৱনৰ লগত সংযোগ স্থাপন কৰোৱা আৰু পৃথিৱীৰ চেনেহ-প্ৰীতিৰ পৰা মুক্ত কৰাৰ প্ৰয়াস কৰা। info

external-link copy
1 : 87

سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ۟ۙ

আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰক, যিজন তেওঁৰ সৃষ্টিৰ পৰা বহু ঊৰ্দ্ধত আৰু আল্লাহক সন্মান সহকাৰে মুখেৰে উচ্চাৰণ কৰি স্মৰণ কৰক। info
التفاسير:
Benefits of the verses in this page:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়। info

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল। info

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে। info