Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
38 : 78

یَوْمَ یَقُوْمُ الرُّوْحُ وَالْمَلٰٓىِٕكَةُ صَفًّا ۙۗؕ— لَّا یَتَكَلَّمُوْنَ اِلَّا مَنْ اَذِنَ لَهُ الرَّحْمٰنُ وَقَالَ صَوَابًا ۟

যিদিনাখন জিব্ৰাইল আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হব, সিদিনাখন আল্লাহ তাআলা যাক চুপাৰিশৰ কাৰণে অনুমতি দিব তাৰ বাহিৰে কোনেও চুপাৰিশৰ কাৰণে মুখ খুলিব নোৱাৰিব। আৰু তেওঁলোকে সঠিক কথাই কব যেনে, কলিমা তৌহিদ আদি। info
التفاسير:
Benefits of the verses in this page:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ। info

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়। info

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়। info