Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
47 : 7

وَاِذَا صُرِفَتْ اَبْصَارُهُمْ تِلْقَآءَ اَصْحٰبِ النَّارِ ۙ— قَالُوْا رَبَّنَا لَا تَجْعَلْنَا مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟۠

আৰু যেতিয়া আৰাফৰ অধিবাসী সকলৰ চকু জাহান্নামী সকলৰ পিনে ঘূৰাই দিয়া হ'ব, তেওঁলোকে যেতিয়া সিহঁতক কঠিন শাস্তিৰ মাজত দেখিব, তেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত দুআ কৰি ক'বঃ হে আমাৰ প্ৰতিপালক! কুফুৰী তথা শ্বিৰ্ক কৰা এইসকল কাফিৰৰ সঙ্গী তুমি আমাক নবনাবা। info
التفاسير:
Benefits of the verses in this page:
• عدم الإيمان بالبعث سبب مباشر للإقبال على الشهوات.
পুনৰুত্থানক অস্বীকাৰ কৰাৰ প্ৰত্যক্ষ কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ। info

• يتيقن الناس يوم القيامة تحقق وعد الله لأهل طاعته، وتحقق وعيده للكافرين.
ক্বিয়ামতৰ দিনা মানুহে পতিয়ন যাব যে, আনুগত্যকাৰী সকলৰ বাবে আল্লাহৰ প্ৰতিশ্ৰুতি আৰু কাফিৰ সকলৰ বাবে তেওঁৰ সতৰ্কবাণী চিৰ সত্য আছিল, আৰু সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে। info

• الناس يوم القيامة فريقان: فريق في الجنة وفريق في النار، وبينهما فريق في مكان وسط لتساوي حسناتهم وسيئاتهم، ومصيرهم إلى الجنة.
ক্বিয়ামতৰ দিনা মানুহৰ দুটা দল হ'বঃ এটা জান্নাতত প্ৰৱেশ কৰিব আৰু আনটো জাহান্নামত প্ৰৱেশ কৰিব। আৰু এই দুয়োটা দলৰ মাজত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান, আৰু এওঁলোক অৱশেষত জান্নাতত প্ৰৱেশ কৰিব। info

• على الذين يملكون المال والجاه وكثرة الأتباع أن يعلموا أن هذا كله لن يغني عنهم من الله شيئًا، ولن ينجيهم من عذاب الله.
যাৰ ওচৰত ধন-সম্পত্তি, ক্ষমতা আৰু বহুতো অনুসাৰী আছে, সিহঁতে মনত ৰখা উচিত যে, এইবোৰে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব নোৱাৰে, আৰু আল্লাহৰ শাস্তিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে। info