Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
10 : 50

وَالنَّخْلَ بٰسِقٰتٍ لَّهَا طَلْعٌ نَّضِیْدٌ ۟ۙ

লগতে আমি সেইবোৰৰ দ্বাৰা ওখ ওখ খেজুৰ গছ উৎপন্ন কৰোঁ, যিবোৰত ওপৰা-ওপৰিকৈ খেজুৰৰ জোকা লাগি থাকে। info
التفاسير:
Benefits of the verses in this page:
• المشركون يستعظمون النبوة على البشر، ويمنحون صفة الألوهية للحجر!
মুশ্বৰিকসকলে মানুহৰ প্ৰতি নবুওৱতক বিশ্বাস নকৰে, পক্ষান্তৰে শিলকো প্ৰভু বুলি উপাসনা কৰে। info

• خلق السماوات، وخلق الأرض، وإنزال المطر، وإنبات الأرض القاحلة، والخلق الأول: كلها أدلة على البعث.
আকাশমণ্ডলৰ সৃষ্টি, পৃথিৱীৰ সৃষ্টি, বৰষুণ, মৃত ভূমি জীৱিত কৰা, প্ৰথম সৃষ্টি আদি গোটেইবোৰ হৈছে আখিৰাতৰ পুনৰ্জনমৰ স্পষ্ট প্ৰমাণ। info

• التكذيب بالرسل عادة الأمم السابقة، وعقاب المكذبين سُنَّة إلهية.
ৰাছুলসকলক অস্বীকাৰ কৰাটো পূৰ্বৱৰ্তী উম্মতবোৰৰ স্বভাৱত পৰিণত হৈছিল। আনহাতে অস্বীকাৰকাৰীসকলক শাস্তি বিহাটো হৈছে আল্লাহৰ নীতি। info