Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
46 : 43

وَلَقَدْ اَرْسَلْنَا مُوْسٰی بِاٰیٰتِنَاۤ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَقَالَ اِنِّیْ رَسُوْلُ رَبِّ الْعٰلَمِیْنَ ۟

নিশ্চয় আমি মুছাক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলৰ ওচৰলৈ নিদৰ্শন সহকাৰে প্ৰেৰণ কৰিছিলোঁ, তেওঁ সিহঁতক কৈছিলঃ নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। info
التفاسير:
Benefits of the verses in this page:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info