Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
49 : 40

وَقَالَ الَّذِیْنَ فِی النَّارِ لِخَزَنَةِ جَهَنَّمَ ادْعُوْا رَبَّكُمْ یُخَفِّفْ عَنَّا یَوْمًا مِّنَ الْعَذَابِ ۟

জাহান্নামৰ শাস্তিপ্ৰাপ্ত নেতা আৰু অনুসাৰী, সকলোৱে যেতিয়া জাহান্নামৰ পৰা ওলোৱাৰ বিষয় সম্পৰ্কে নিৰাশ হৈ পৰিব, তথা সিহঁতৰ পৃথিৱীলৈ ঘূৰি অহাৰ আশাত যেতিয়া চেঁচা পানী পৰিব, তেতিয়া সিহঁতে জাহান্নামৰ চোৱাচিতাৰ দায়িত্বত থকা ফিৰিস্তাক সম্বোধন কৰি ক’বঃ আপোনালোকে আপোনালোকৰ প্ৰতিপালকক আমাৰ বাবে অলপ দুআ কৰি কওক, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ’লেও এই চিৰস্থায়ী শাস্তিক অকণমান লাঘৱ কৰি দিয়ে। info
التفاسير:
Benefits of the verses in this page:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব। info

• نجاة الداعي إلى الحق من مكر أعدائه.
সত্যৰ প্ৰতি আহ্বানকাৰী ব্যক্তি, শত্ৰুৰ চক্ৰান্তৰ পৰা সুৰক্ষিত থাকে। info

• ثبوت عذاب البرزخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info

• تعلّق الكافرين بأي سبب يريحهم من النار ولو لمدة محدودة، وهذا لن يحصل أبدًا.
কাফিৰসকলে কিছু সময়ৰ বাবে হ'লেও জাহান্নামৰ পৰা ৰক্ষা পোৱাৰ সকলো উপায় অৱলম্বন কৰি চাব। কিন্তু সিহঁতৰ এই আশা কেতিয়াও পূৰণ নহ’ব। info