Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

আল-আনকাবূত

Purposes of the Surah:
الأمر بالصبر والثبات عند الابتلاء والفتن، وبيان حسن عاقبته.
বিপদ-আপদ আৰু ফিতনাৰ সময়ত ধৈৰ্য্যৰ সৈতে অটল থকাৰ নিৰ্দেশ দিয়া হৈছে, আৰু ইয়াৰ উত্তম পৰিণাম সম্পৰ্কে বৰ্ণনা কৰা হৈছে। info

external-link copy
1 : 29

الٓمّٓ ۟ۚ

(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। info
التفاسير:
Benefits of the verses in this page:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা। info

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। info

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী। info