Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

আল-ক্বাচাচ

Purposes of the Surah:
سنة الله في تمكين المؤمنين المستضعفين وإهلاك الطغاة المستكبرين.
আল্লাহৰ নীতি হৈছে তেওঁ দুৰ্বল মুমিনসকলক প্ৰতিষ্ঠা কৰে, আৰু অহংকাৰী স্বৈৰাচাৰী পাপিষ্ঠবিলাকক ধ্বংস কৰে। info

external-link copy
1 : 28

طٰسٓمّٓ ۟

(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে। info
التفاسير:
Benefits of the verses in this page:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ। info

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি। info