Translation of the Meanings of the Noble Qur'an - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran

external-link copy
31 : 23

ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قَرْنًا اٰخَرِیْنَ ۟ۚ

নূহ আলাইহিচ্ছালামৰ জাতিক ধ্বংস কৰাৰ পিছত, আমি আৰু এটা জাতিক সৃষ্টি কৰিছিলোঁ। info
التفاسير:
Benefits of the verses in this page:
• وجوب حمد الله على النعم.
নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰা জৰুৰী। info

• الترف في الدنيا من أسباب الغفلة أو الاستكبار عن الحق.
পাৰ্থিৱ জীৱনৰ সুখ-স্বাচ্ছন্দ হৈছে অমনোযোগীতা সৃষ্টি হোৱাৰ কাৰণ, তথা ই সত্যক অস্বীকাৰ কৰিবলৈ মানুহক উদ্বুদ্ব কৰে। info

• عاقبة الكافر الندامة والخسران.
ক্ষতিগ্ৰস্ত আৰু অনুতাপ হৈছে কাফিৰৰ শেষ পৰিণাম। info

• الظلم سبب في البعد عن رحمة الله.
অন্যায়-অত্যাচাৰ হৈছে আল্লাহৰ ৰহমতৰ পৰা আঁতৰি যোৱাৰ কাৰণ। info