Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
6 : 72

وَّاَنَّهٗ كَانَ رِجَالٌ مِّنَ الْاِنْسِ یَعُوْذُوْنَ بِرِجَالٍ مِّنَ الْجِنِّ فَزَادُوْهُمْ رَهَقًا ۟ۙ

আৰু অজ্ঞতা যুগত কিছুমান লোকে যেতিয়া কোনো ভয়াৱহ ঠাইত অৱতৰণ কৰিছিল তেতিয়া সিহঁতে কিছুমান জিনৰ আশ্ৰয় বিচাৰি কৈছিলঃ মই এই ঠাইৰ নেতা জিনৰ আশ্ৰয় বিচাৰো। এই জাতিৰ অজ্ঞ জিনৰ পৰা। এইদৰে সেই লোকসকলে জিনৰ সাহস বৃদ্ধি কৰি দিছিল। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• تأثير القرآن البالغ فيمَنْ يستمع إليه بقلب سليم.
মনোযোগ সহকাৰে সত্য সৰল অন্তৰেৰে কোৰআন শ্ৰৱণ কৰিলে বহুত প্ৰভাৱ পৰে। info

• الاستغاثة بالجن من الشرك بالله، ومعاقبةُ فاعله بضد مقصوده في الدنيا.
জিনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা শ্বিৰ্ক। লগতে পৃথিৱীত সিহঁতৰ শাস্তি। info

• بطلان الكهانة ببعثة النبي صلى الله عليه وسلم.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী বনাই জ্যোতিষী বিদ্যাৰ খণ্ডন কৰা হৈছে। info

• من أدب المؤمن ألا يَنْسُبَ الشرّ إلى الله.
কোনো বেয়া কৰ্মক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুমিন সকলৰ শিষ্টাচাৰৰ অন্তৰ্ভুক্ত নহয়। info