Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
91 : 56

فَسَلٰمٌ لَّكَ مِنْ اَصْحٰبِ الْیَمِیْنِ ۟

যদি মৃত ব্যক্তি সোঁপন্থীসকলৰ অন্তৰ্ভুক্ত হয়, তেনেহ’লে তেওঁলোককলৈ আপুনি চিন্তা নকৰিব। কিয়নো, তেওঁলোকৰ বাবে আছে শান্তি আৰু নিৰাপত্তা। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• شدة سكرات الموت وعجز الإنسان عن دفعها.
মৃত্যুৰ যন্ত্রনা অতি কষ্টদায়ক, ইয়াক প্ৰতিহত কৰিবলৈ মানুহ অপাৰগ। info

• الأصل أن البشر لا يرون الملائكة إلا إن أراد الله لحكمة.
প্ৰকৃততে মানুহে ফিৰিস্তাসকলক দেখিব নোৱাৰে। কিন্তু কোনো কাৰণবশতঃ যদি আল্লাহে ইচ্ছা কৰে তেন্তে এয়া সম্ভৱ। info

• أسماء الله (الأول، الآخر، الظاهر، الباطن) تقتضي تعظيم الله ومراقبته في الأعمال الظاهرة والباطنة.
আল্লাহৰ এই নামবোৰে (আল-আওৱাল, আল-আখিৰ, আজ্জাহিৰ, আল-বাতিন) আল্লাহৰ যথোচিত সন্মান দাবী কৰে, লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্মতে তেওঁক স্মৰণ ৰখাৰ প্ৰমাণ বহন কৰে। info