Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
26 : 54

سَیَعْلَمُوْنَ غَدًا مَّنِ الْكَذَّابُ الْاَشِرُ ۟

দৰাচলতে সিহঁতে শীঘ্ৰেই কিয়ামতৰ দিনা জানিবলৈ পাব যে, কোন মহা মিছলীয়া। ছলেহ, নে সিহঁত নিজেই? info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• مشروعية الدعاء على الكافر المصرّ على كفره.
কুফৰীৰ ওপৰত অবিচল থকা কাফিৰৰ প্ৰতি বদ দু‘আ কৰা বৈধ। info

• إهلاك المكذبين وإنجاء المؤمنين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰা আল্লাহৰ অমিয় নিয়ম। info

• تيسير القرآن للحفظ وللتذكر والاتعاظ.
মুখস্থ কৰিবলৈ, শিক্ষা আৰু উপদেশ গ্ৰহণ কৰিবলৈ কোৰআনক অতি সহজ কৰি দিয়া হৈছে। info