Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans

external-link copy
22 : 46

قَالُوْۤا اَجِئْتَنَا لِتَاْفِكَنَا عَنْ اٰلِهَتِنَا ۚ— فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক’লেঃ তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বাধা দিবলৈ আহিছা নেকি? তোমাক আমি এইটো কেতিয়াও কৰিবলৈ নিদিওঁ। যদি তুমি তোমাৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ অহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা। info
التفاسير:
Die Nutzen der Versen in dieser Seite:
• لا علم للرسل بالغيب إلا ما أطلعهم ربهم عليه منه.
ৰাছুলসকলে গায়েব সম্পৰ্কে একো নাজানে। তেওঁলোকে গায়েব সম্পৰ্কে সেইখিনিয়ে জানে, যিখিনি আল্লাহে তেওঁলোকক জনাইছে। info

• اغترار قوم هود حين ظنوا العذاب النازل بهم مطرًا، فلم يتوبوا قبل مباغتته لهم.
হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে শাস্তিক বৰষুণ বুলি ধাৰণা কৰি মহা ভুল কৰিছিল। সেইকাৰণেই সিহঁতে শাস্তিৰ পূৰ্বে তাওবা কৰিব পৰা নাছিল। info

• قوة قوم عاد فوق قوة قريش، ومع ذلك أهلكهم الله.
আদ সম্প্ৰদায় কুৰাইশ্বতকৈ অধিক শক্তিশালী আছিল। তথাপিও আল্লাহে সিহঁতক ধ্বংস কৰিছিল। info

• العاقل من يتعظ بغيره، والجاهل من يتعظ بنفسه.
বিবেকৱান ব্যক্তিয়ে আনৰ ভুল-ত্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰে, আনহাতে মূৰ্খই নিজৰ ওপৰত বিপদ নামি অহাৰ পিছতহে শিক্ষা লব বিচাৰে। info