Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

আল-বালাদ

Intencije ove sure:
بيان افتقار الإنسان وكبده وسبل نجاته.
মানুহৰ প্ৰয়োজন সম্পৰ্কে, সিহঁতৰ অন্তৰ সম্পৰ্কে আৰু সিহঁতৰ মুক্তিৰ পথ সম্পৰ্কে বৰ্ণনা। info

external-link copy
1 : 90

لَاۤ اُقْسِمُ بِهٰذَا الْبَلَدِ ۟ۙ

আল্লাহ তাআলাই সন্মানিত মক্কা নগৰৰ শপত কৰিছে। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• عتق الرقاب، وإطعام المحتاجين في وقت الشدة، والإيمان بالله، والتواصي بالصبر والرحمة: من أسباب دخول الجنة.
দাস মুক্ত কৰা অভাৱৰ সময়ত দুখীয়াক খাদ্য দান কৰা, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু এজনে আনজনক ধৈৰ্য ধাৰণ তথা দয়া কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা, জান্নাতত প্ৰৱেশৰ মাধ্যম। info

• من دلائل النبوة إخباره أن مكة ستكون حلالًا له ساعة من نهار.
এয়া নবীৰ নবুওৱতৰ এটা নিদৰ্শন আছিল যে, তেখেতে কৈছিল যে, মক্কাক এদিন কিছু সময়ৰ বাবে তেখেতৰ হকে বৈধ কৰা হব। info

• لما ضيق الله طرق الرق وسع طرق العتق، فجعل الإعتاق من القربات والكفارات.
যেতিয়া আল্লাহ তাআলাই দাসত্বৰ পথ সংকীৰ্ণ কৰি দিছে, লগতে দাসমুক্তিৰ পথ চাৰিওফালৰ পৰা খুলি দিয়া হৈছে। বৰং দাসমুক্তিক নেকি আৰু পাপ মোচনৰ মাধ্যম কৰা হৈছে। info