Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
24 : 78

لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ۟ۙ

যাৰ ভিতৰত জাহান্নামৰ জুই ঠাণ্ডা কৰিব পৰা বতাহ নাপাব আৰু স্বাদযুক্ত কোনো পানীও সেৱন কৰিবলৈ নাপাব। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• إحكام الله للخلق دلالة على قدرته على إعادته.
সৃষ্টিৰ বাবে আল্লাহৰ মজবুত পদ্ধতিয়ে প্ৰমাণ কৰে যে, আল্লাহ তাআলা তেওঁলোকক পুনৰ জীৱিত কৰাৰ ক্ষমতা ৰাখে। info

• الطغيان سبب دخول النار.
অপৰাধে মানুহক জাহান্নামলৈ লৈ যায়। info

• مضاعفة العذاب على الكفار.
কাফিৰ সকলৰ শাস্তি কেই গুণলৈ বৃদ্ধি কৰি দিয়া হব। info